• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনৰ মাজতে দিল্লীক কঁপাই গ’ল পুনৰ এক ভূমিকম্পই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2020 4:52 pm
3.8 magnitude earthquake felt in lower Assam
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দুৰপীয়া দিল্লীক কঁপাই যায় এক ভূমিকম্পই।

দিল্লীস্থ ৰাষ্ট্ৰীয় ভূকম্পবিদ্যা কেন্দ্ৰ( NCS)ই জনোৱা মতে ছোনিয়া বিহাৰ আছিল আজিৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ।

Apply Now

কেন্দ্ৰটোৰ মতে যোৱা ১২ এপ্ৰিলতো উক্ত স্থানতে ৩.৫ প্ৰাৱল্যৰ এক ভূকম্পনৰ উৎপত্তি হৈছিল।

২৮.৭ অক্ষাংশ আৰু ৭৭.২ দ্ৰাঘিমাংশৰ ভূগৰ্ভৰ ৫ কিলোমিটাৰৰ গভীৰত ভূমিকম্পটো উৎপত্তি হোৱা বুলি NCSএ জানিবলৈ দিছে।

আজিৰ ভূমিকম্পটো আছিল ৩.৪ প্ৰাৱল্যৰ।

‘দিল্লীত কেবাটাও স্তৰভংগ আছে। চোহনা, মথুৰা আৰু মহেন্দাৰগড় স্তৰভংগৰ পৰাই ভূমিকম্পটো উৎপত্তি হৈছে।’ NCSৰ ভূকম্পবিধ এ পি পাণ্ডেই কয়।

ভূমিকম্পটো কম প্ৰাৱল্যৰ হ’লেও চুবুৰীয়া ৰাজ্য হাৰিয়ানাতো ইয়াৰ কম্পন অনভূত হয়।

দেশজুৰি অব্যাহত থকা ল’কডাউনৰ সময়ত উৎপত্তি হোৱা ভূমিকম্পটোত অৱেশ্য ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd